Breaking News

Recent Posts

প্ৰাথমিক শিক্ষা বিভাগত ১০,৬৭৩টা শিক্ষকৰ পদ মুকলি

অসম চৰকাৰৰ প্রাথমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত মোট ১০,৬৭৩টা শিক্ষকৰ খালী পদ পূৰণৰ বাবে বৃহৎ নিয়োগ ঘোষণা কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচৰা হৈছে। তলত সম্পূৰ্ণ তথ্য উপস্থাপন কৰা হৈছে। চাকৰি তথ্য- 📌 প্রতিষ্ঠান: প্রাথমিক শিক্ষা সঞ্চালকালয়, অসম 📌 পদৰ ধৰণ: নিম্ন …

Read More »

মুখ্যমন্ত্ৰীৰ কঠোৰ সতর্কবাণী : “জুবিনৰ ন্যায়ৰ বাবে

মুখ্যমন্ত্ৰীৰ কঠোৰ সতর্কবাণী : “জুবিনৰ ন্যায়ৰ বাবে চৰকাৰ আপোষ নকৰে” অসমবাসীৰ হিয়াৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যত বিৰাজমান তীব্ৰ শোক আৰু ক্ষোভ। এই পৰিস্থিতিত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ তীব্ৰ ৰূপ লৈছে। আজিৰ ফেচবুক লাইভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ক’লে —৬ অক্টোবৰৰ …

Read More »

বড়োভূমিত একক সংখ্যাগৰিষ্ঠতাৰে বিপিএফৰ বিজয়

বড়োভূমিত অনুষ্ঠিত পঞ্চম বিটিচি নিৰ্বাচনত রাজনৈতিক সমীকৰণ ওলোটাই একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ শাসনলৈ উভতিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ। মুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন জয় কৰি দলটোৱে এক নতুন ইতিহাস ৰচনা কৰিছে। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল পূৰ্বৰ শাসনৰ পাছত পুনৰ ক্ষমতালাভৰ আশা কৰিছিল। কিন্তু প্রতিষ্ঠানবিৰোধী ঢৌ আৰু জনসমৰ্থনৰ অভাৱত দলটোৱে কেৱল …

Read More »
মুখ্যপৃষ্ঠা
খবৰ
যোগাযোগ
নিয়োগ বাৰ্তা